In celebration of the birth anniversary of Pandit Deen Dayal Upadhya, the Bharatiya Janata Sangh…
হোজাইত বিশাল প্ৰতিবাদী সমদল
হোজাইত বাংলাদেশৰ ঘটনাক লৈ প্ৰতিবাদ। আজি বজৰংগ দল আৰু বিশ্ব হিন্দু পৰিষদৰ উদ্যোগত ৰূপায়ণ কৰা হয় প্ৰতিবাদী কাৰ্যসূচী। প্ৰতিবাদী সমদলত প্ৰায় সহস্ৰাধিক লোকৰ উপৰি উপস্থিত থাকে প্ৰাক্তন বিধায়ক শিলাদিত্য দেৱ, বিশ্ব হিন্দু পৰিষদৰ সভাপতি, সম্পাদক, উপ সভাপতি, বিজেপিৰ প্ৰাক্তন জিলা সভাপতি অৰ্জুন মজুমদাৰ, সভাপতি অনুপ দেৱ আদি।