Skip to content

১২৮ বছৰ অতিক্ৰম কৰিলে ঐতিহাসিক পথৰুঘাটৰ কৃষক বিদ্ৰোহে


১২৮ বছৰ অতিক্ৰম কৰিলে ঐতিহাসিক পথৰুঘাটৰ কৃষক বিদ্ৰোহে।দৰঙৰ পথৰুঘাটত মাটিৰ খাজনা বৃদ্ধিৰ বিৰুদ্ধে কৰা প্ৰতিবাদত কৃষকৰ ওপৰত গুলীচালনা কৰিছিল।হিন্দু-মুছলমানকে ধৰি থিতাতে নিহত হৈছিল ১৪০জন লোক।পথৰুঘাটৰ কৃষক ৰাইজৰ এই ত্যাগ সকলোৰে বাবে অবিস্মৰণীয়।আজি দৰঙত অনুষ্ঠিত হ’ব বিশেষ অনুষ্ঠান।

Back To Top