![](https://newsnetworktv.com/wp-content/uploads/2021/09/education-reopen.jpg)
কেবিনেট বৈঠকৰ পাছত সংবাদমেল সম্বোধন মন্ত্ৰী কেশৱ মহন্ত আৰু ৰণোজ পেগুৰ।২০ ছেপ্টেম্বৰৰ পৰা দশম শ্ৰেণীৰ পাঠদান আৰম্ভৰ সিদ্ধান্ত।৩০জনকৈ ছাত্ৰ-ছাত্ৰীক লৈ আৰম্ভ হ’ব পাঠদান।৪০ শতাংশ পাঠদান হ্ৰাস পাব দশম শ্ৰেণীৰ।১০-১৫ দিনৰ ভিতৰত আন শ্ৰেণীৰো পাঠদান আৰম্ভ হ’ব।শিক্ষাৰ্থী বেছি হ’লে শাখাত ভগাই কৰা হ’ব পাঠদান।