Skip to content

৪ হাজাৰ টকা উৎকোচ লৈ জালত পৰিল প্রশাসনিক বিষয়া


উৎকোচ লৈ হাতে-লোটে গ্রেপ্তাৰ অসম সচিবালয়ৰ কৰ্মচাৰী।গ্ৰেপ্তাৰ হোৱা কৰ্মচাৰীগৰাকী বড়োলেণ্ড কল্যাণ বিভাগৰ জ্যেষ্ঠ প্রশাসনিক বিষয়া নাম সীমা দেৱী।দুৰ্নীতি নিবাৰক শাখাই গ্রেপ্তাৰ কৰে সীমা দেৱীক।৪ হাজাৰ টকা উৎকোচ লৈ থকাৰ অৱস্থাতে জালত পৰিল কৰ্মচাৰীগৰাকী।

Back To Top