Skip to content

৭ দিনৰ বাবে বন্ধ কৰা হ’ল সন্দিকৈ ছোৱালী মহাবিদ্যালয়।


৭ দিনৰ বাবে বন্ধ কৰা হ’ল সন্দিকৈ ছোৱালী মহাবিদ্যালয়।কেৱল বন্ধ কৰাই নহয় মহাবিদ্যালয়খনক ঘোষণা কৰা হ’ল মাইক্ৰ’কণ্টেইনমেণ্ট জ’ন হিচাপে। মহাবিদ্যালয়খনৰ কেইবাগৰাকীও অধ্যাপকৰ লগতে শিক্ষাৰ্থী কোৰোনাত আক্ৰান্ত হোৱাৰ বাবে আগন্তুক ৭ ডিচেম্বৰলৈ বন্ধ ঘোষণা কৰা হৈছে মহাবিদ্যালয়খন। এই সময়ছোৱাত বন্ধ থাকিব পাঠদান।

Back To Top