Skip to content

ৰাজকন্যা বৰুৱাৰ চাৰ্জশ্বীট দাখিল কৰা হৈছে ন্যায়ালয়ত।


মাত্ৰ ২১টা শাৰীতে ৰাজ্যকন্যা বৰুৱা গোচৰৰ অভিযোগনামা সামৰিলে আৰক্ষীয়ে। অভিযোগনামাত নাই হোটেল ভিভাণ্টাৰ নাম।নাই হোটেলখনত অনুষ্ঠান আয়োজন কৰা পংকজ সাধনীদাৰৰ নামো।কিছুদিন পূৰ্বে ৰাজকন্যা বৰুৱাই সুৰাসক্ত অৱস্থাত বাহনেৰে মহতিয়াই নিছিল ৯জনকৈ শ্ৰমিকক।

Back To Top