The Assam Board of Secondary Education (SEBA) has issued a notification regarding the registration of…
ৰাজ্যত ধৰা পৰিছে HIV ৰোগীৰ সংখ্যা।
ৰাজ্যত ধৰা পৰিছে HIV ৰোগীৰ সংখ্যা। এই সন্দৰ্ভত GMCH ৰ অধীক্ষক অভিজিৎ শৰ্মাই জানিব দিয়ে যে ড্ৰাগছ বন্ধ হোৱাৰ লগে লগে ধৰা পৰিছে এই ৰোগ। পূৰ্বে ড্ৰাগছ লোৱা লোক সকল ওলাই অহা নাছিল। এতিয়া আমাৰ হাতত active case 2670 আছে। যোৱা 1 এপ্ৰিলৰ পৰা 132 case বাঢ়িছে। সকলোৱে চিকিৎসা বিচাৰি অহাৰ সময়তেই এই বিষয় পোহৰলৈ আহিছে। 18 পৰা 30 বছৰ লোকৰ সংখ্যা অধিক।