In the Kamrup (M) district district commissioner's office auditorium, a meeting was scheduled. Many decisions…
ৰাজ্যৰ ৩৬৪ জন লোকৰ পৰা প্ৰত্যাহাৰ কৰা হ’ল PSO।
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই PSO ত্য়াগ কৰিবলৈ আহ্বান জনোৱাৰ পিছতে ৰাজ্যৰ ৰাজনীতিত তোলপাৰ লাগে।এই আহ্বানৰ প্ৰতি সহাঁৰি জনাই ইতিমধ্য়ে প্ৰায় ৫০ জন প্ৰাক্তন মন্ত্ৰী,সাংসদ,ব্যৱসায়ী তথা ৰাজনৈতিক নেতাই দেহৰক্ষী ত্যাগ কৰিলেও বহুজনে লগত ৰাখিছিল PSO।অসম আৰক্ষীৰ বিশেষ শাখাৰ সঞ্চালক প্ৰধান হীৰেন নাথে জনোৱা মতে এতিয়াৰ পৰা টকা দিলেও যিকোনো লোকে লাভ কৰিব নোৱাৰিব দেহৰক্ষী।