skip to Main Content

ৰেভ পাৰ্টিৰ সৈতে জড়িত মাষ্টাৰ মাইণ্ড বিশাল চৌধুৰীক এনকাউণ্টাৰ

  • Assam


ৰেভ পাৰ্টি কাণ্ডৰ মূল অভিযুক্ত বিশাল চৌধুৰীলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলি।আৰক্ষীৰ জিম্মাৰ পৰা পলাবলৈ চেষ্টা কৰোতেই আৰক্ষীয়ে গুলী কৰিবলৈ বাধ্য হয়।দুটাকৈ গুলী লাগিছে ভৰিত।বৰ্তমান জি এম চি এইচত চিকিতসাধীন হৈ আছে বিশাল।বিশালক দিল্লীৰ পৰা গ্ৰেপ্তাৰ কৰিছিল অসম আৰক্ষীয়ে।

Back To Top