Assam and Meghalaya agreed on Saturday to withdraw state police forces deployed along the interstate…
ৰৌনক আলী হাজৰিকাৰ পাছত আজি পত্নী নুচৰত ৰৌনক হাজৰিকা সন্মুখীন হয় জেৰাৰ।
ৰৌনক আলী হাজৰিকাৰ পাছত আজি পত্নী নুচৰত ৰৌনক হাজৰিকা সন্মুখীন হয় জেৰাৰ।মুখ্যমন্ত্ৰীৰ বিশেষ নিৰীক্ষণ কোষত হাজিৰ ৰৌনক আলী হাজৰিকাৰ পত্নী নুচৰত ৰৌনক হাজৰিকা।১১ বজাত হাজিৰ হোৱাৰ নিৰ্দেশ দিছিল চি এম ভিজিলেন্সে। কিন্তু ১১-১০ বজাত হে হাজিৰ হৈছিল নুচৰত ৰৌনক হাজৰিকা।আদালতত দিয়া জবানবন্দী আৰু চি এম ভিজিলেন্সৰ জেৰাত কোৱা কথাৰ মিল নাই। প্ৰায় ৫০০ কোটি টকাৰ সম্পত্তিৰ গৰাকী নুচৰত ৰৌনক হাজৰিকা।আয়কৰ ফাঁকিৰ অভিযোগ আছে ৰৌনক আলী হাজৰিকাৰ পত্নীৰ বিৰুদ্ধে। এই আটাইবোৰ অভিযোগক লৈ জেৰাৰ সন্মুখীন হয় নুচৰত ৰৌনক আলী হাজৰিকা।SP ৰ’জী কলিতা আৰু তদন্তকাৰী বিষয়া হীতেশ ঠাকুৰীয়াই পৃথকে পৃথকে জেৰা কৰে নুচৰতক। বিয়াৰ সময়ত ৰৌনক আলী হাজৰিকাই নুচৰতক উপহাৰ হিচাপে দিছিল দহ লাখ টকা।