Skip to content

আজি পুনৰ ই.ডি য়ে জেৰা কৰিছে কংগ্ৰেছ নেত্ৰী ছোনীয়া গান্ধীক

Sonia Gandhi

নেচনেল হেৰাল্ডৰ মনি লণ্ডাৰিং গোচৰত আজি পুনৰ জেৰা কৰিছে কংগ্ৰেছ নেত্ৰী ছোনীয়া গান্ধীক। এই জেৰাৰ বিৰোধিতা কৰি আজি দিল্লীৰ ৰাজঘাটত সত্যাগ্ৰহ আন্দোলনৰ অনুমতি বিচাৰিছিল কংগ্ৰেছে। কিন্তু সেই ঠাইত ধাৰা ১৪৪ জাৰি হোৱাৰ হেতুকে দিল্লীৰ আৰক্ষীয়ে সত্যাগ্ৰহৰ অনুমতি প্ৰদান নকৰিলে।

Back To Top