Skip to content

ADC-ৰাজহ চক্ৰ বিষয়াৰে মুখ্যমন্ত্ৰীৰ সন্মিলন।


ADC-ৰাজহ চক্ৰ বিষয়াৰে মুখ্যমন্ত্ৰীৰ সন্মিলন।ৰাজ্যৰ পৰা নাইকীয়া হ’ব লাগিব দালালৰাজ।দালালবোৰক গামোচা পিদ্ধাই বিদায় দিব লাগিব এতিয়াৰ পৰা।৭ অক্টোবৰৰ ভিতৰত নোশোৱাকৈ হ’লেও সকলো ফাইলৰ কাম সম্পূৰ্ণ কৰা নিদেশ মুখ্যমন্ত্ৰীৰ।

Back To Top