skip to Main Content

অসম গৰীয়া পৰিষদ আৰু অসমীয়া মুছলমান পৰিষদৰ এক সংবাদমেল অনুষ্ঠিত হয় দিছপুৰ প্ৰেছ ক্লাৱত

অসম গৰিয়া পৰিষদ আৰু অসমীয়া মুছলমান পৰিষদৰ সংবাদমেল অনুষ্ঠিত হয় দিছপুৰ প্ৰেছ ক্লাৱত।মুখ্য মন্ত্ৰীক ধন্যবাদ দুই পৰিষদৰ। শেহতীয়াকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমীয়া মুছলমান সকলৰ সংজ্ঞা স্পর্কত লোৱা পদক্ষেপক শলাগ জনাইছে। কিন্তু গৰিয়া সকলৰ বুৰঞ্জীৰ বিষয়ে সঠিক ৰূপত সন্নিবিষ্ট নহ'ল…

Read More

আজি মাতৃ দিৱস

প্ৰত্যেকবছৰে ৮মে’ৰ দিনটো মাতৃ দিৱস হিচাপে পালন কৰা হয়।বিশ্বৰ প্ৰত্যেক গৰাকী মাতৃলৈ সন্মান যাচি আজিৰ দিনটোত পালন কৰা হয় মাতৃ দিৱস।সন্তানক তুলি তালি ডাঙৰ দীঘল কৰি এজন ভাল মানুহ বনোৱাৰ অন্তৰালত নিহিত হৈ থাকে মাতৃৰ মৰম তথা অশেষ কষ্ট।শাস্ত্ৰত কৈছে…

Read More

আজিৰে পৰা আৰম্ভ মালিগাওঁ গোশালা বিহু সন্মিলন

আজিৰে পৰা আৰম্ভ মালিগাওঁ গোশালা বিহু সন্মিলন।এই বিহু সন্মিলনখনে এইবাৰ একাদশ বৰ্ষত ভৰি দিলে।আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে আটকধুনীয়াকৈ অনুষ্ঠিত কৰা হৈছে এই বিহু সন্মিলনখন।

Read More

দাস সকলে হেৰুৱাব নেকি ভৱিষ্যতে নিজৰ অস্তিত্ব!

দাস সকলে হেৰুৱাব নেকি ভৱিষ্যতে নিজৰ অস্তিত্ব!কৈৱৰ্ত জাতিতো হৈছে এটা অসমৰ খিলঞ্জীয়া জাতি।এই জাতিটোক লৈ বিৰুপ মন্তব্য কৰিছে এছাম লোকে।ডোম আৰু কৈৱৰ্ত দুটা পৃথক শব্দ।কিন্তু একাংশ লোকে কৈৱৰ্ত সকলক ডোম বুলি মন্তব্য প্ৰকাশ কৰিছে।

Read More

ব্যতিক্ৰমী ৰূপত বিধায়ক ৰেকিবুদ্দিন আহমেদ

আজি এক ব্যতিক্ৰমী ৰূপত দেখা পোৱা গ'ল বিধায়ক ৰেকিবুদ্দিন আহমেদক।সকলোৰে লগত একেলগ হৈ জিকিৰ গালে বিধায়ক গৰাকীয়ে।যিহেতু আজি ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ ঈদ উল ফিতৰ।তেখেতৰ বাসগৃহত উলহ মালহেৰে পালন কৰা হৈছে এই পবিত্ৰ উৎসৱটো।

Read More

আজি মুছলমান ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ উৎসৱ “ঈদ উল ফিতাৰ”

আজি মুছলমান ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ উৎসৱ "ঈদ উল ফিতাৰ"।সমগ্ৰ দেশৰ লগতে গুৱাহাটী মহানগৰীতো উলহ মালহেৰে পালন কৰা হৈছে এই পবিত্ৰ উৎসৱ।বিগত দুটা বছৰ ক'ভিডৰ কাৰণে আন সকলো উৎসৱৰ লগতে পালন কৰিব পৰা নাছিল "ঈদ উল ফিতাৰ"।

Read More

১০ গৰাকী স্বনামধন্য ব্যক্তিক শান্তি বঁটা প্ৰদান

মহানগৰীৰ ঐতিহাসিক বুঢ়া(জামে) মছজিদত ১০ গৰাকী স্বনামধন্য ব্যক্তিক শান্তি বটাঁ প্ৰদান কৰা হয়।বুঢ়া(জামে) মছজিদ আৰু অমৃত চিমেণ্টৰ সহযোগত ৰাজ্যৰ বিভিন্ন ক্ষেত্ৰত জাতি-ধৰ্ম নিৰ্বিশেষে সেৱা আগবঢ়োৱা এই ১০ গৰাকী ব্যক্তিক শান্তি বঁটা প্ৰদান কৰা হয়।সভাৰ আঁত ধৰে বিধায়ক ৰেকিবুদ্দিন আহমেদে।

Read More

হিন্দী নহয় ৰাষ্ট্ৰীয় ভাষা হ’ব লাগে সংস্কৃত।এই দাবী মোহময়ী অভিনেত্ৰী কংগণা ৰাণাৱটৰ

হিন্দী নহয় ৰাষ্ট্ৰীয় ভাষা হ'ব লাগে সংস্কৃত।এই দাবী কৰিলে মোহময়ী অভিনেত্ৰী কংগণা ৰাণাৱটে।হিন্দী,কন্নৰ,তামিল তথা গুজৰাটী ভাষাতকৈও পুৰণি হৈছে সংস্কৃত ভাষা।এই সকলোবোৰ ভাষা উদ্ভৱ হৈছে সংস্কৃত ভাষাৰ পৰা।তেনেহ'লে কিয় সংস্কৃতৰ ঠাইত হিন্দীক ৰাষ্ট্ৰভাষা কৰা হ'ল।

Read More

অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে অনুষ্ঠিত কৰে ইফটাৰ অনুষ্ঠানৰ

আজি অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে ৰাজধানী মছজিদস্হিত তেহজীৱ নামৰ ৰেষ্টুৰেণ্ট খনত অনুষ্ঠিত কৰে এক সমূহীয়া ইফটাৰ অনুষ্ঠানৰ।অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰা,মনজিৎ মহন্ত কে ধৰি সকলো বিষয়ববীয়া তাত উপস্হিত থাকে।

Read More

বৰপেটাৰ সাংসদ আব্দুল খালেক দেৱৰ ইফটাৰ প্ৰদান

বৰপেটাৰ সাংসদ আব্দুল খালেক দেৱে ইফটাৰ প্ৰদান কৰে ৰাজধানী মছজিদৰ নিচেই কাষতে থকা টেহজিৱ নামৰ ৰেষ্টুৰেণ্ট খনত।তাত উপস্হিত থাকে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰা,মনজিৎ মহন্ত,অপূৰ্ব ভটাচাৰ্য দেৱকে ধৰি বহুজন গণ্য মান্য ব্যক্তি।

Read More
Back To Top