skip to Main Content

বজাৰত হ্ৰাস পাইছে ডলাৰৰ বিপৰীতে টকাৰ মূল্য

পুনৰ হ্ৰাস পাব পাৰে ডলাৰৰ বিপৰীতে টকাৰ মূল্য। বৰ্তমান সময়ত প্ৰতি ডলাৰৰ বিপৰীতে টকাৰ মূল্য ৭৯.০৬ টকা। উল্লেখযোগ্য যে খাৰুৱা তেলৰ আমদানিত ভাৰত বিশ্বৰ ভিতৰতে তৃতীয় স্থান লাভ কৰিছে। যাৰ ফলত পুনৰ টকাৰ মূল্য হ্ৰাস পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে।

Read More

বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য হ্ৰাস

আজিৰে পৰা বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য হ্ৰাস পাইছে। ৩৬ টকা মূল্য হ্ৰাস পাইছে বাণিজ্যিক চিলিণ্ডাৰৰ। ঘৰুৱা চিলিণ্ডাৰৰ মূল্য এতিয়াও হ্ৰাস পোৱা নাই।

Read More

আজিৰ পৰা বৃদ্ধি গাখীৰৰ মূল্য

আজিৰ পৰা বজাৰত বৃদ্ধি পাইছে গাখীৰৰ মূল্য। প্ৰতিলিটাৰ গাখীৰৰ মূল্যত বৃদ্ধি হৈছে ৪ টকাকৈ। আজিৰ পৰাই গো-পালক সন্থাই এই সিদ্ধান্ত গ্ৰহণ কৰিছে।

Read More

পুনৰ বৃদ্ধি পালে পেট্ৰল ডিজেলৰ মূল্য

আজিৰে পৰা পুনৰ বৃদ্ধি পাইছে পেট্ৰল ডিজেলৰ মূল্য। গুৱাহাটীত প্ৰতিলিটাৰ পেট্ৰলত ১.০১ টকা বৃদ্ধি। তাৰোপৰি প্ৰতিলিটাৰ ডিজেলত ১ টকাকৈ বৃদ্ধি।

Read More

পুনৰ ব্যক্তিগত খণ্ডলৈ যাব দুটাকৈ বেংক

কেন্দ্ৰীয় চৰকাৰে লোৱা সিদ্ধান্ত অনুসৰি পুনৰ দুটা বেংক ব্যক্তিগত খণ্ডলৈ যাব। চৰকাৰে বিক্ৰী কৰিব দুটাকৈ বেংক। চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়া আৰু ইণ্ডিয়ান অভাৰচিজ বেংক যাব ব্যক্তিগত খণ্ডলৈ।

Read More

বৃদ্ধি পালে সুৰাৰ দাম

অসমত পুনৰ বৃদ্ধি সুৰাৰ মূল্য। প্ৰায় ৬৫ শতাংশকৈ বৃদ্ধি পাব সকলো সুৰাৰ মূল্য। ১৫ জুনৰ পৰা সুৰাৰ দাম বৃদ্ধি কৰাৰ সিদ্ধান্তকলৈ ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।উল্লেখ্য যে, ইণ্ডিয়া মেড স্পিৰিটৰ ৰেগুলাৰ ব্ৰেণ্ডৰ বটলত কমেও ৯২ টকাকৈ বৃদ্ধি। জেনেৰেল ব্ৰেণ্ডৰ প্ৰতি…

Read More

পদপথৰ দোকানী সকলৰ বাবে এক দুঃখবৰ

পদপথৰ দোকানী সকলৰ বাবে এক দুঃখবৰ।কিয়নো পদপথত দোকান দিব নোৱাৰিৱ বুলি এক জাননি প্ৰকাশ কৰিছে মেয়ৰ মৃগেন শৰণীয়াদেৱে।কিয়নো পদপথেৰে অহা যোৱা কৰাত অসুবিধা হোৱা লোকসকলৰ বাবে লোৱা হৈছে এই পদক্ষেপ।মৃগেন শৰণীয়াদেৱে মন্তব্য প্ৰকাশ কৰিছে যে দোকান দিয়াত তেওঁৰ কোনো আপত্তি…

Read More

আজি গুৱাহাটী প্ৰেছ ক্লাৱত NERAMAC ৰ এক সংবাদমেল অনুষ্ঠিত হয়

আজি গুৱাহাটী প্ৰেছ ক্লাৱত NERAMAC ৰ এক সংবাদমেল অনুষ্ঠিত হয়। North Eastern Regional Agricultural Marketing Corporation চমুকৈ NERAMAC য়ে সংবাদমেলযোগে এটা অত্যাধুনিক মেচিন উন্মোচিত কৰে।যাৰ জড়িয়তে খুব সহজতে খাদ্য গ্ৰহণ কৰিব পাৰিব কলপাতত।

Read More

আজি গুৱাহাটীত মুকলি কৰা হয় Vivo X80 ছিৰিজৰ মোবাইল

আজি গুৱাহাটীত মুকলি কৰা হয় Vivo X80 ছিৰিজৰ মোবাইল।মহানগৰীৰ গুৱাহাটী চেন্ট্ৰেলৰ "হাৰ্ড ৰক কেফে"ত মুকলি কৰা হয় Vivoৰ দুটাকৈ অত্যাধুনিক মোবাইল X ছিৰিজৰ X80 আৰু X80 pro।

Read More

আজি গ্ৰীণউড ৰিজৰ্টত উত্তৰ-পূৱ এল এছ এন পাৰ্টনাৰ্ছ মিট ২০২২ অনুষ্ঠিত হয়

আজি গ্ৰীণউড ৰিজৰ্টত উত্তৰ-পূৱ এল এছ এন পাৰ্টনাৰ্ছ মিট ২০২২ অনুষ্ঠিত হয়।উক্ত অনুষ্ঠানত সমগ্ৰ অঞ্চলটোৰ পৰা ১৫০ জন অংশীদাৰ,৫০জন ক্লায়েন্ট,১০০জন কৰ্মচাৰী আৰু এল এছ এন কৰ্পৰেট দলৰ প্ৰায় ৩০জন সদস্যই অংশগ্ৰহণ কৰে।

Read More
Back To Top