আজিৰ ফলাফল, দিছপুৰ কাৰ হাতত, প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ।
আজি ভোট গণনাৰ পাছতেই স্পষ্ট হ'ব দিছপুৰ কাৰ হাতত আহিব । পৰৱৰ্তী ৫বছৰলৈ কোন হ'ব অধিষ্ঠিত । এই সন্দৰ্ভত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ স্পষ্ট প্ৰতিক্ৰিয়া যে - অসমত পুনৰ হ'ব বিজেপি মিত্ৰজোঁটৰ চৰকাৰ । ৰাইজক আস্থা আৰু বিশ্বাসত লৈ চৰকাৰখনে বিগত…