জম্মু কাশ্মীৰত ‘আয়ুষ্মান ভাৰত’
শণিবাৰে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ' কনফাৰেন্সিংযোগে জম্মু কাশ্মীৰত 'আয়ুষ্মান ভাৰত' আঁচনি মুকলি কৰে। ইয়াৰ দ্বাৰা জম্মু কাশ্মীৰত ২১ লাখ হিতাধিকাৰীয়ে ৫ লাখ টকা পৰ্যন্ত বিনামূলীয়া চিকিৎসা লাভ কৰিব। অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে হিতাধিকাৰীৰ সৈতে মত বিনিময়ো কৰে।