
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ কনিষ্ঠ চিকিৎসকসকলে হাস্পাতালৰ অধীক্ষকৰ কাৰ্যালয়ৰ ওচৰত প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰতিবাদ স্বৰূপে অ’পিডি সেৱা বৰ্জন কৰে কনিষ্ঠ চিকিৎসকসকলে । যাৰ বাবে হাস্পতালখনত অভাৱনীয় পৰিৱেশে বিৰাজ কৰে ।NEET পৰীক্ষাৰ কাউন্সিলিং প্ৰক্ৰিয়া বিলম্ব হোৱাৰ অভিযোগ।