Assam and Meghalaya agreed on Saturday to withdraw state police forces deployed along the interstate…
HSৰ প্রথম বৰ্ষৰ নামভৰ্তিৰ সময়সীমা বৃদ্ধি
১৮ ছেপ্টেম্বৰলৈ বৃদ্ধি নামভৰ্তিৰ সময়সীমা।২০ ছেপ্টেম্বৰত পুনৰ মুকলি কৰা হ’ব দৰ্পণ ডিজিটেল প’ৰ্টেল।আসন নোপোৱা, আবেদন নকৰা শিক্ষাৰ্থীয়ে কৰিব পাৰিব আবেদন।২২ ছেপ্টেম্বৰৰ ভিতৰত তেনে শিক্ষাৰ্থীয়ে কৰিব পাৰিব আবেদন। www.darpan.ahseconline.in ৱেবছাইট যোগে শিক্ষাৰ্থীয়ে কৰিব পাৰিব আবেদন।২৩-২৪ ছেপ্তেম্বৰৰ ভিতৰত প্ৰতিষ্ঠানসমূহে প্ৰকাশ কৰিব লাগিব নামভৰ্তিৰ তালিকা।২৭-২৮ ছেপ্তেম্বৰৰ ভিতৰত নামভৰ্তিৰ প্ৰক্ৰিয়া সম্পন্ন কৰিব লাগিব। উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে দিছে এই নিৰ্দেশনা।