skip to Main Content

Police ৰ ষ্টিকাৰ লগোৱা Creta বাহনে মহতিয়ালে দুচকীয়া বাহনক

  • Assam


পথ দুৰ্ঘটনাক লৈ মহানগৰীত পুনৰ ৰহস্য। Police ৰ ষ্টিকাৰ লগোৱা Creta বাহনে গণেশ মন্দিৰৰ সমীপত মহতিয়াই নিয়ে দুচকীয়া বাহনক। গুৰুতৰভাৱে আহত বাহনৰ চালক। দুৰ্ঘটনাৰ পাছতেই প্ৰত্যক্ষদৰ্শীৰ প্ৰহাৰ চাৰিচকীয়া বাহনৰ চালকসহ এজনক। ঘটনাস্থলীত দিছপুৰ যানবাহন আৰক্ষী উপস্থিত। বাহনখনৰ পৰা এটা পিষ্টল উদ্ধাৰ কৰে আৰক্ষীয়ে। বাহনখনৰ চালকজন শীৰ্ষ আৰক্ষী বিষয়া DIG প্ৰশান্ত ভূঞাৰ পুত্ৰ বুলি জানিব পৰা গৈছে। আৰক্ষীৰ লোকে বৰ্তমানলৈ এই সন্দৰ্ভত দিয়া নাই কোনো মন্তব্য।

Back To Top