In celebration of the birth anniversary of Pandit Deen Dayal Upadhya, the Bharatiya Janata Sangh…
অচিৰেই মুকলি হ’ব উঃ-পূবৰ প্ৰথমটো চাহ সংগ্ৰহালয়
পর্যটনৰ অন্যতম আকৰ্ষণৰ কেন্দ্র হিচাপে ৰাজ্যৰ প্ৰথমটো টি মিউজিয়াম ডিব্ৰুগড়ত মুকলি কৰিব চৰকাৰে। ডিব্ৰুগড়ৰ কনভয় ৰোড তিনি আলিৰ সমীপত আকৰ্ষণীয় ৰূপত নিৰ্মাণ কৰি থকা হৈছে ভৱনটো। ভৱনৰ কাম প্ৰথম পৰ্যায়ৰ ৯০ শতাংশ কাম সম্পূর্ণ হৈ উঠিছে। নৰ্থ-ইষ্ট কাউঞ্চিলৰ অৰ্থসাহায্যৰে নিৰ্মাণ কৰি থকা এই ভৱনে ২০২২ বৰ্ষৰ শেষভাগত পূৰ্ণ ৰূপ পোৱাৰ কথা। এই ভৱনত অসমৰ চাহ খেতিৰ ইতিহাস,অসমত চাহ উৎপাদনৰ পৰম্পৰাগত শৈলী, আৰ্হি ৰূপত চাহ উৎপাদনৰ কলঘৰ, চাহ বাগিচা ৰখাৰ ব্যৱস্থা কৰা হৈছে।