skip to Main Content

অসমৰ যোগাসন দলৰ ৩ টা স্বৰ্ণসহ ৯টা পদক অৰ্জন ৰাষ্ট্ৰীয় যোগাসন প্ৰতিযোগিতাত

আহমেদাবাদত ৰাষ্ট্ৰীয় যোগাসন স্প’ৰ্টছ ফেডাৰেচনে আয়োজন কৰা যোগাসন প্ৰতিযোগিতাত অসমক প্ৰতিনিধিত্ব কৰা নগাঁৱৰ দলে সফলতা কঢ়িয়াই আনিছে। প্ৰতিযোগিতাখনিত অসমৰ দলটোয়ে ৩ টা সোনৰ পদক , ২ টা ৰূপৰ পদক , ৪ টা ব্ৰঞ্জৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয় ৷ এই প্ৰতিযোগিতাখনত ভাৰতবৰ্ষৰ ২৬ খন ৰাজ্যই অংশগ্ৰহণ কৰিছিল ৷

Back To Top