Assam Governor Shri Gulab Chand Kataria visited Wing Commander Utpal Barbara, the recipient of the…
অনিৰ্দিষ্ট কাললৈ নিষিদ্ধ হ’ল বনভোজস্থলী
অনিৰ্দিষ্ট কাললৈ নিষিদ্ধ হ’ল বনভোজস্থলী।অনিৰ্দিষ্ট কাললৈ বনভোজস্থলী বন্ধ ৰখাৰ নিৰ্দেশ ৰাজ্য চৰকাৰৰ।২১ জানুৱাৰীৰ পৰা বলবৎ এই নিৰ্দেশ।নিৰ্দেশ উলংঘা কৰিলে ভৰিব লাগিব জৰিমনা। IPC 144ৰ অধীনত লোৱা হ’ব বিহিত ব্যৱস্থা।বন্ধ থাকিব উকিয়াম,কুলশী,চানডুবি,বাৰেগাওঁ,ৰাণীখামাৰ,কপিলী,কেডাৰ,দীৰ্ঘেশ্বৰী,মদন কামদেৱ,মলং,বন্ধ শিলডুবি,হহুৱাপাৰাকে ধৰি আন আন বহুতো বনভোজস্থলী।