The Assam Board of Secondary Education (SEBA) has issued a notification regarding the registration of…
অনুসূচিত জাতি, জনজাতিৰ শিক্ষাৰ্থীলৈ বিশেষ খবৰ
অনুসূচিত জাতি, জনজাতিৰ শিক্ষাৰ্থীয়ে লাভ কৰিব বিশেষ সুবিধা। অনুসূচিত জাতি, জনজাতি তথা অৰ্থনৈতিকভাৱে দুৰ্বল শ্ৰেণীৰ ১৫,০০০ শিক্ষাৰ্থীক বিনামূলীয়া প্ৰশিক্ষণ প্ৰদান কৰিব দিল্লী চৰকাৰে। চলিত বৰ্ষত এই ছাত্ৰ-ছাত্ৰীসকলক প্ৰশিক্ষণ প্ৰদানৰ কথা ঘোষণা কৰে ৰাজ্যৰ সমাজ কল্যাণ, মহিলা আৰু শিশু বিকাশ মন্ত্ৰী ৰাজেন্দ্ৰ পাল গৌতমে। অনুসূচীত জাতি-জনজাতি, অন্যান্য পিছপৰা শ্ৰেণী আৰু যিসকলৰ পিতৃ-মাতৃৰ বাৰ্ষিক উপাৰ্জন ৮ লাখ টকাৰ ভিতৰত তেওঁলোকে এই সুবিধা পাবলৈ সক্ষম হ’ব।