In celebration of the birth anniversary of Pandit Deen Dayal Upadhya, the Bharatiya Janata Sangh…
অসমত বিশেষ মেট্ৰিক পৰীক্ষা
বিশেষ মেট্ৰিক পৰীক্ষাৰ সময়সূচী ঘোষণা কৰা হ’ল।আগন্তুক ১ অক্টোবৰৰ পৰা ১১ অক্টোবৰলৈ অনুষ্ঠিত হ’ব বিশেষ মেট্ৰিক পৰীক্ষা।
১ অক্টোবৰৰ পুৱা ৯ বজাৰ পৰা হ’ব ইংৰাজী বিষয়ৰ পৰীক্ষা।৪ অক্টোবৰত অনুষ্ঠিত হ’ব গণিত বিষয়ৰ পৰীক্ষা।৮ অক্টোবৰত অনুষ্ঠিত হ’ব বিজ্ঞান বিষয়ৰ পৰীক্ষা।৯ অক্টোবৰত অনুষ্ঠিত হ’ব ঐচ্ছিত গণিত, ঐচ্ছিক অসমীয়া, সংস্কৃত, হিন্দী, পাৰ্ছিয়ান, আৰবীক, বুৰঞ্জী, ভূগোল, কম্পিউটাৰ বিজ্ঞান, হোম ছাইন্স আদি বিষয়ৰ পৰীক্ষা। আৰু ১১ অক্টোবৰত অনুষ্টিত হ’ব MIL বিষয়ৰ পৰীক্ষা।