Skip to content

অসমত ৰাজ্যসভাৰ উপ-নিৰ্বাচন


৪অক্টোবৰত অসমত ৰাজ্যসভাৰ উপ-নিৰ্বাচন।এখন আসনৰ বাবে অনুষ্ঠিত হ’ব উপ-নিৰ্বাচন।বিশ্বজিৎ দৈমাৰীৰ পদ্ত্যাগৰ খালী হৈছিল আসনখন।একমাত্ৰ আসনখনৰ বাবে উপ-নিৰ্বাচন হোৱাৰ কথা বৃহস্পতিবাৰে ঘোষণা কৰিলে আয়োগে।

Back To Top