Skip to content

অসমবাসীলৈ অসম চৰকাৰৰ দেৱালীৰ অফাৰ।


অসমবাসীলৈ দেৱালীৰ অফাৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ। পেট্ৰল আৰু ডিজেলৰ ওপৰত থকা ভেট ৭ টকাকৈ হ্ৰাস অসম চৰকাৰৰ। ঘোষণা কৰিলে হিমন্ত বিশ্ব শৰ্মাই। এদিনতে কেন্দ্ৰ আৰু ৰাজ্যৰ পেট্ৰলত ১২ টকা আৰু ডিজেলত ১৭ টকা হ্ৰাস।

Back To Top