Skip to content

অসমলৈ আহিব লোকসভাৰ অধ্যক্ষ ওম বিৰলা

আজি অসমলৈ আহিব লোকসভাৰ অধ্যক্ষ ওম বিৰলা। অসম বিধানসভাত অংশ ল’ব ওম বিৰলাই। তাৰবাবে আটকধুনীয়াকৈ সজাই পৰাই তোলা হৈছে বিধানসভা চৌহদ।

Back To Top