The Assam Board of Secondary Education (SEBA) has issued a notification regarding the registration of…
অসমৰ ভূ-গৰ্ভত এতিয়াও বাকী থকা দুই তৃতীয়াংশ তেল আৰু গেছৰ ওপৰত চকু কেন্দ্ৰীয় চৰকাৰৰ
মোদী চৰকাৰ সাজু হৈছে দেশৰ সৰ্ববৃহৎ তৈলক্ষেত্ৰ নিলামৰ বাবে। দেশৰ ১৫,৭৬৬ বৰ্গ কিঃমিঃ এলেকা কেন্দ্ৰীয় চৰকাৰে গোটাব ব্যক্তিগত প্ৰতিষ্ঠানক। অসমৰ ৪,২০০ বৰ্গ কি.মি. তৈলক্ষেত্ৰ নিলাম কৰিব চৰকাৰে। নিলামত অংশ গ্ৰহন কৰিব বিদেশী কোম্পানীয়ে। কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী হৰদ্বিপ সিং পুৰীয়ে টুইট যোগে ঘোষণা কৰে।