skip to Main Content

পাকিস্তানৰ নৱ নিযুক্ত প্ৰধানমন্ত্ৰীৰ পত্ৰ প্ৰেৰণ মোদীলৈ

পাকিস্তানৰ নৱ নিযুক্ত প্ৰধানমন্ত্ৰীয়ে পত্ৰ প্ৰেৰণ কৰে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ।পাকিস্তানৰ সৈতে ভাৰতৰ শান্তিপূৰ্ণ সম্বন্ধ হব লাগে বুলি উল্লেখ আছে পত্ৰ খনত।শান্তি বৰ্তাই ৰখাৰ ক্ষেত্ৰত পাকিস্তান চৰকাৰ প্ৰতিজ্ঞাবদ্ধ।ইতিমধ্যে মোদীয়ে টুইটযোগে শুভেচ্ছা জনাইছিল পাকিস্তানৰ নৱ নিযুক্ত প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফক।মোদীৰ টুইটৰ পিছতে…

Read More

ভাৰতত প্ৰথমজন অ’মিক্ৰন আক্ৰান্তৰ মৃত্যু

মহাৰাষ্ট্ৰত ৫২ বছৰীয়া এজন লোকৰ মৃত্যু ঘটিছে অ’মিক্ৰনত। মহাৰাষ্ট্ৰৰ স্বাস্থ্য বিভাগে লোকজন ক’ভিডত মৃত্যু হোৱা নাই বুলি প্ৰকাশ কৰিছিল যদিও পুনেৰ নেচনেল ইনষ্টিটিউট অব ভাইৰ’লজিলৈ প্ৰেৰণ কৰা নমুনাৰ ফলাফলত লোকজন অমিক্ৰনত আক্ৰান্তৰ তথ্য পোৱা যায়।

Read More

নাগালেণ্ডত ছমাহলৈ বৃদ্ধি ‘আফস্পা’

নাগালেণ্ডত গৃহ মন্ত্ৰালয়ে আফস্পা (AFSPA) আইনৰ সময় ছমাহলৈ বৃদ্ধি অৰ্থাৎ ২০২২ বৰ্ষৰ জুন মাহলৈকে প্ৰযোজ্য হ’ব বুলি সদৰী কৰে। আফস্পাৰ অধীনত সৈনিকসকলে বহুতো বিশেষাধিকাৰ উপভোগ কৰে যেনে ৱাৰেণ্ট অবিহনে কাৰোবাক গ্ৰেপ্তাৰ কৰা আৰু সন্দেহজনক ব্যক্তিৰ ঘৰত প্ৰৱেশ কৰাৰ আৰু অনুসন্ধান…

Read More
Back To Top