
যিকোনো বিপদৰ সময়ত অসম আৰক্ষীক যোগাযোগৰ বাবে মুকলি কৰিলে দুটকৈ হেল্পলাইন নম্বৰ।যিকোনো বিপদত মহানগৰ আৰক্ষীক যোগাযোগ কৰিব পাৰিব।নম্বৰ দুটা হৈছে-60269-01246,60269-01247।যিকোনো জৰুৰীকালীন সময়ত তথা যিকোনো বিপদৰ সময়ত ফোন কৰিলে আপোনাৰ কাষত থিয় দিব মহানগৰ আৰক্ষী।