The Assam government plans to send about 1,000 youth to the Cellular Jail in Andaman…
অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত চাকৰি প্ৰাৰ্থীৰ প্ৰতিবাদ
উলুবাৰীৰ অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ।কনিষ্টবলৰ পৰীক্ষাৰ কাট অফ মাৰ্কৰ ক্ষেত্ৰত সৃষ্টি হৈছে বিসংগতি।ৰাজ্যৰ বিভিন্ন স্থানৰ পৰা অহা চাকৰি প্ৰাৰ্থীয়ে সাব্যস্ত কৰিছে প্ৰতিবাদ।পূৰ্বে প্ৰকাশিত বিজ্ঞাপনত ১টা পদৰ বিপৰীতে ৫ জন প্ৰাৰ্থীক লিখিত পৰীক্ষাত বহিবলৈ মতাৰ কথা আছিল। কিন্তু এতিয়া ১টা পদৰ বিপৰীতে ২জন প্ৰাৰ্থীক মতাৰ অভিযোগ।