In celebration of the birth anniversary of Pandit Deen Dayal Upadhya, the Bharatiya Janata Sangh…
অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদৰ প্ৰতিবাদী কাৰ্যসূচী
বৃহৎ নদী বান্ধৰ বিৰুদ্ধে অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদৰ প্ৰতিবাদী কাৰ্যসূচী। লখিমপুৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত উত্তাল প্ৰতিবাদ। NHPC ৰ লগতে কেন্দ্ৰ – ৰাজ্য চৰকাৰকো সকিয়নী। সুযোগ সন্ধানী চৰিত্ৰৰে ৰাইজক বঞ্চনা কৰিছে কেন্দ্রীয়, ৰাজ্যিক নেতাই। নদী বান্ধ আন্দোলনক পৰিষদৰ নেতৃত্ব প্ৰথম শাৰীত থাকি ছহিদ হব বুলি ঘোষণা কৰি ৰাইজক শেষ যুদ্ধৰ বাবে ওলাই অহাৰ আহ্বান প্ৰতিবাদ স্থলিৰপৰা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ।