The Assam government plans to send about 1,000 youth to the Cellular Jail in Andaman…
অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ মেট্ৰিকক লৈ ছেৱাই লোৱা সিদ্ধান্তত প্ৰতিক্ৰিয়া প্ৰকাশ
পুৰণি প্ৰশ্নকাকত আৰু পুৰণি উত্তৰবহীৰে উচ্চ মাধ্যমিক আৰু হাই মাদ্ৰাছা শিক্ষান্ত পৰীক্ষা অনুষ্ঠিত কৰি “ছেবা”ই অসমৰ ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যৎ ধ্বংস কৰিবলৈ লোৱা সিদ্ধান্তক অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে তীব্ৰ ভাষাৰে ধিক্কাৰ দিয়ে আৰু অসমৰ ছাত্ৰ-ছাত্ৰীৰ মূৰখোৱা এই সিদ্ধান্ত শীঘ্ৰে বাতিল কৰি নতুন প্ৰশ্নকাকত আৰু নতুন উত্তৰবহীৰে পৰীক্ষা অনুষ্ঠিত কৰিবলৈ দাবী জনায়।