skip to Main Content

দিছপুৰত AIUDF ৰ প্ৰতিবাদ

আজি দিছপুৰত AIUDF ৰ বিধায়কসকলৰ প্ৰতিবাদ। মন্ত্ৰীদ্বয় পিয়ুষ হাজৰিকা আৰু জয়ন্ত মল্ল বৰুৱাই AIUDF ৰ বিধায়কক জেহাদীৰ সৈতে তুলনা কৰাক লৈ এই প্ৰতিবাদ। মন্ত্ৰীদ্বয়ক ক্ষমা বিচাৰিবলৈ দাবী জনায় AIUDF এ।

Read More

মুখ্যমন্ত্ৰীক ১লাখ টকা প্ৰদান বোকাজান সমষ্টিৰ বিধায়ক মাননীয় ডা: নোমল মমিনৰ

মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ বোকাজান সমষ্টিৰ মাননীয় বিধায়ক ডা: নোমল মমিনে ১ লাখ টকাৰ অনুদান আগবঢ়ায়। এই অনুদানে আৰ্তজনক সাহায্য প্ৰদানত অসম চৰকাৰক যথেষ্ট সহায় কৰিব বুলি কয় অসমৰ মুখ্য মন্ত্ৰী গৰাকীয়ে আৰু লগতে এই বদান্যতাৰ বাবে তেখেতক আন্তৰিক ধন্যবাদ আৰু…

Read More

আজি দিছপুৰ প্ৰেছ ক্লাৱত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ এক সংবাদমেল অনুষ্ঠিত হয়

আজি দিছপুৰ প্ৰেছ ক্লাৱত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ এক সংবাদমেল অনুষ্ঠিত হয়।ছিমলা চহৰত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ কাৰ্যনিৰ্বাহকৰ সফল সমাপ্তি ঘটে।এই বৈঠকত স্হান পালে অসমৰ বান সমস্যা,উত্তৰ পূৰ্বাঞ্চলৰ সীমা সমস্যাকে ধৰি আন বহুতো গুৰুত্বপূৰ্ণ বিষয়।

Read More

আজি মন্ত্ৰী ৰঞ্জিত দাসে মুকলি কৰে প্ৰতিখন জিলাতে একোখনকৈ বাহন

আজি মন্ত্ৰী ৰঞ্জিত দাসে মুকলি কৰে প্ৰতিখন জিলাতে একোখনকৈ বাহন।৩৪ খন বাহনৰ ভিতৰত আজি ৮খন বাহন বিভিন্ন জিলাত প্ৰদান কৰে।জনস্বাস্হ্য কাৰিকৰী বিভাগ আৰু খাদ্য আৰু যোগান বিভাগৰ ফালৰ পৰা প্ৰদান কৰা হয় উক্ত বাহন সমূহ।

Read More

আজি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ এক সংবাদ মেল অনুষ্ঠিত হয়

আজি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ এক সংবাদ মেল অনুষ্ঠিত গান্ধীবস্তিস্হিত তেওঁলোকৰ মুখ্য কাৰ্যালয়ত।ৰাজ্যত জল জীৱন আঁচনিত ব্যাপক কেলেংকাৰীৰ অভিযোগ তুলিছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে।প্ৰতিটো পৰিয়ালক বিশুদ্ধ খোৱাপানী যোগানৰ ব্যৱস্থাৰ নামত হিমন্ত বিশ্ব শৰ্মা চৰকাৰে অনিয়ম কৰাৰ অভিযোগ তুলি ধিক্কাৰ জনাইছে…

Read More

পানীখাইতিৰ ১৬টা পৰিয়াল আৰু গুৱাহাটীৰ ৩৬৬টা পৰিয়াললৈ ঘৰ খালী কৰাৰ জাননী প্ৰশাসনৰ

গুৱাহাটী মহানগৰীত ভূমিস্খলনৰ আশংকাই দেখা দিছে। গুৱাহাটীৰ ৩৬৬টা পৰিয়ালক ঘৰ খালী কৰাৰ নিৰ্দেশ দিছে প্ৰশাসনে।গুৱাহাটীৰ পানীখাইতিত ভয়াৱহ ভূমিস্খলনৰ আশংকা। শীঘ্রেই বাসগৃহ খালী কৰাৰ নিৰ্দেশ চন্দ্রপুৰ ৰাজহ চক্র বিষয়াৰ। পানীখাইতিৰ ১৬টা পৰিয়াললৈ ঘৰ খালী কৰাৰ জাননী প্ৰশাসনৰ।গুৱাহাটীৰো ৩৬৬টা পৰিয়াললৈ প্ৰশাসনৰ জাননী।…

Read More

দুৰ্নীতি বিৰোধী যুৱশক্তি অসমৰ এক সংবাদমেল অনুষ্ঠিত হয় দিছপুৰ প্ৰেছ ক্লাৱত

আজি দুৰ্নীতি বিৰোধী যুৱশক্তি অসমৰ এক সংবাদমেল অনুষ্ঠিত হয় দিছপুৰ প্ৰেছ ক্লাৱত।সংবাদমেল সম্বোধন কৰে ধৰ্মকান্ত গগৈয়ে।টাই আহোম সকলৰ বিভিন্ন ধৰণৰ সমস্যাক লৈ অনুষ্ঠিত হয় উক্ত সংবাদমেলখন।

Read More

চচলত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদী কাৰ্যসূচী

চচলত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।গুৱাহাটীৰ শিলসাঁকো জলাশয়ৰ পাৰত বসবাস কৰা থলুৱা পৰিয়ালৰ ওপৰত চলোৱা অমানৱীয় উচ্ছেদ বন্ধ কৰাৰ দাবিৰে আৰু উচ্ছেদিত পৰিয়ালক উপযুক্ত ক্ষতিপূৰণ আৰু পুনৰ সংস্হাপনৰ দাবীত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে কৃষক মুক্তি…

Read More

অসম বধিৰ সন্হাৰ এক সংবাদমেল অনুষ্ঠিত হয় গুৱাহাটী প্ৰেছ ক্লাৱত

অসম বধিৰ সন্হাৰ এক সংবাদমেল অনুষ্ঠিত হয় গুৱাহাটী প্ৰেছ ক্লাৱত।বিৰুবাৰী তিনিআলিস্হিত অসম বধিৰ সন্হাৰ উদ্যোগত নতুনকৈ এখন বিদ্যালয় স্হাপন কৰাৰ প্ৰচেষ্টা কৰিছে।এই বিদ্যালয় খনত থকা সা-সুবিধা সমূহ হৈছে বিনামূলীয়া নামভৰ্তিকৰণ,ছাত্ৰ-ছাত্ৰী নিবাস,ব্যৱহাৰিক,কলা শিক্ষা,সাংস্কৃতিক সা-সুবিধা,সাংকেতিক ভাষাৰ শিক্ষা,বিনামূলীয়া কিতাপ,ৰাজ্যিক ক্ৰিয়াকলাপ,খেল-ধেমালী,যোগ জ্ঞান আৰু এন…

Read More
Back To Top