![](https://newsnetworktv.com/wp-content/uploads/2022/02/WhatsApp-Image-2022-02-21-at-5.50.31-PM.jpeg)
পৌৰ সভাৰ নিৰ্বাচনলৈ ৰাজীৱ ভৱনত অপূৰ্ব কুমাৰ ভট্টাচাৰ্য্যৰ সংবাদ মেল।বিজেপিয়ে কংগ্ৰেছ দলৰ প্ৰাৰ্থী সকলৰ ঘৰলৈ গৈ প্ৰাৰ্থী ৰ লগতে পৰিয়ালৰ মানুহক ভাবুকি প্ৰদান কৰিছে। কংগ্ৰেছ দলৰ কোনো প্ৰাৰ্থীয়েই স্বেচ্ছাই নিজৰ মনোনয়ন প্ৰত্যাহাৰ কৰা নাই।কংগ্ৰেছে এই দৰে সংবাদ মেলত অভিযোগ আনে চৰকাৰৰ বিৰুদ্ধে।