In order to assist all students, particularly Divyangjan of higher educational institutions (HEIs), the UGC…
অৰ্থনীতি বিজ্ঞানত ন’বেল বঁটা
অৰ্থনীতি বিজ্ঞানত ন’বেল বঁটা ঘোষণা। ডেভিদ কাৰ্ড, যিহোচুৱা ডি এংৰিষ্ট আৰু গুইডো ডব্লিউ ইমবেন্সলৈ ন’বেল। তিনিওগৰাকীয়ে শ্ৰমিক বজাৰৰ বিষয়ে নতুন অন্তৰ্দৃষ্টি প্ৰদান কৰিছিল। তেওঁলোকৰ দৃষ্টিভংগী আন ক্ষেত্ৰলৈ বিয়পি পৰাৰ লগতে অভিজ্ঞতামূলক গৱেষণাত বিপ্লৱ আনিছে। অৰ্থনৈতিক বিজ্ঞানৰ নবেল বঁটা আলফ্ৰেড ন’বেলৰ স্মৃতিত দিয়া হয়। এই বঁটা চেভৰিজেছ ৰিক্সবেংক বঁটা হিচাপে জনা যায়।