On September 23, officers from the Customs Commissionerate (preventive), (CCP) Shillong, seized 14 pieces of…
আজিৰে পৰা খুলিলে দীৰ্ঘদিনে বন্ধ বিদ্যালয়ৰ তলা।
আজিৰে পৰা খুলিলে দীৰ্ঘদিনে বন্ধ বিদ্যালয়ৰ তলা।কোভিড প্ৰট’কল মানি আৰম্ভ হ’ল পাঠদান।প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈ সপ্তাহত তিনিদিনকৈ হ’ব পাঠদান। প্ৰতিটো শ্ৰেণীকোঠাত সৰ্বাধিক ৩০ জন ছাত্ৰ-ছাত্ৰী বহিব পাৰিব।বিদ্যালয়ত উপস্থিত থকাতো ছাত্ৰ-ছাত্ৰীৰ সম্পূৰ্ণ ব্যক্তিগত বিষয়। ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈও পাঠদান আৰম্ভ হয়।