skip to Main Content

আজিৰে পৰা দৰ্শনাৰ্থীৰ বাবে মুকলি হ’ল অসম ৰাজ্যিক চিৰিয়াখানা

শনিবাৰৰ পৰা পুনৰ দৰ্শনাৰ্থীৰ বাবে মুকলি কৰা হৈছে অসম ৰাজ্যিক চিৰিয়াখানা। বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যই চিৰিয়াখানাৰ দৰ্শনাৰ্থীসকলে অনলাইন মাধ্যমেৰে টিকট কাটিব পাৰিব বুলি উল্লেখ কৰিছে। assamstatezoo.in ৱেবচাইটৰ জৰিয়তে দৰ্শনাৰ্থীসকলে টিকট বুক কৰিব পাৰিব।

Back To Top