Skip to content

মাছখোৱা প্ৰাগজ‍্যোতি সাংস্কৃতিক প্ৰকল্পত উত্তপ্ত পৰিস্থিতি।

মাছখোৱা প্ৰাগজ‍্যোতি সাংস্কৃতিক প্ৰকল্পত ফেশ্বন শ্ব’ৰ মাজতে সংঘটিত হ’ল উত্তপ্ত পৰিস্থিতি।ষ্টাৰ ইণ্ডিয়া কেপিটেল নামৰ প্ৰতিষ্ঠানটো বিৰুদ্ধে অভিযোগ।প্ৰতিষ্ঠানটোৱে আয়োজন কৰিছিল ফেশ্বন শ্ব’ প্ৰতিযোগিতা। অনুষ্ঠানটো আৰম্ভ কৰিয়েই পলাই পত্ৰং আয়োজক কমিটী।

Back To Top