Manipur CM N Biren Singh confirmed efforts to identify individuals evicted from Assam, including those…
আজিৰ পৰা দেশজুৰি আৰম্ভ হৈছে Precaution Dose
আজিৰ পৰা দেশজুৰি আৰম্ভ হৈছে Precaution Dose।ফ্ৰণ্টলাইন ৱৰ্কাৰ, জ্যেষ্ঠ নাগৰিকক প্ৰদান কৰা হ’ব এই বিশেষ ভেকচিন।দ্বিতীয় পালি লোৱাৰ ৯ মাহ হ’লেহে ল’ব পাৰিব সুৰক্ষামূলক পালি।কোভিডত আক্ৰান্ত হোৱা সকলৰ আৰোগ্যৰ ৩ মাহ হোৱাৰ পাছত হে ল’ব লাগিব। সকলো চৰকাৰী টিকাকৰণ কেন্দ্ৰত বিনামূলীয়াকৈ প্ৰদান কৰা হ’ব এই ভেকচিন।