skip to Main Content
Health Minister Keshab Mahanta

মেডিকেলৰ পাঠ্যক্ৰম অসমীয়া কৰাৰ প্ৰস্তুতি

মংগলবাৰে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই কৰিলে এক বৃহৎ ঘোষণা। অসমীয়া মাধ্যমত মেডিকেলৰ পাঠ্যক্ৰম আৰম্ভ কৰাৰ সিদ্ধান্ত। চিকিৎসা বিজ্ঞান সম্পৰ্কীয় অসমীয়া ভাষাৰ শব্দকোষ শ্রীমন্ত শংকৰদেৱ স্বাস্থ্য বিশ্ববিদ্যালয়ে প্রস্তুত কৰিছে।

Read More

জাপানীজ এনকেফেলাইটিছৰ ফলত ৰাজ্যত ৪৪ জনৰ মৃত্যু

অসমত পুনৰ ভয়াবহ ৰূপ ধাৰণ কৰিছে জাপানীজ এনকেফেলাইটিছে। বৰ্তমানলৈ ২৭৪ জন আক্রান্ত আৰু ৪৪ জনৰ মৃত্যু হৈছে। উল্লেখযোগ্য যে বিগত ২৪ ঘণ্টাত ৩জনৰ মৃত্যু হৈছে।

Read More

গুৱাহাটী মাৰোৱাৰী হস্পিতালত জনসেৱাৰ্থে অনুষ্ঠিত হয় এক সংবাদমেল

গুৱাহাটী মাৰোৱাৰী হস্পিতালত জনসেৱাৰ্থে অনুষ্ঠিত হয় এক সংবাদমেল।গুৱাহাটী মাৰোৱাৰী হস্পিতালৰ সাধাৰণ সম্পাদক শ্ৰী R S Joshi য়ে জনাই যে যি সকলৰ হস্পিতাললৈ আহিবলৈ অসুবিধা সেই সকল ৰোগীক ঘৰতে গৈ তেজৰ নমুনা সংগ্ৰহ কৰা আৰু চিকিৎসা প্ৰদান কৰা হ'ব।

Read More

ক’ভিডত আক্ৰান্ত কংগ্ৰেছৰ অধ্যক্ষা ছোনীয়া গান্ধী

ক'ভিডত আক্ৰান্ত কংগ্ৰেছৰ অধ্যক্ষা ছোনীয়া গান্ধী।তেওঁৰ সৈতে বৈঠকত বহা বহুকেইজন নেতাও ইতিমধ্যে ক'ৰণাত সংক্ৰমিত হৈছে।কংগ্ৰেছৰ প্ৰবক্তা ৰণদ্বীপ ছুৰজেৱালাই প্ৰকাশ কৰিছে এই তথ্য।

Read More

World Milk Day অনুষ্ঠিত পূৰবী ডেইৰীত

World Milk Day অনুষ্ঠিত কৰা হয় পূৰবী ডেইৰীত।খুব সুন্দৰভাৱে পালন কৰা হয় দুগ্ধ দিৱস।এই সুন্দৰ অনুষ্ঠানটিৰ ফ্লেগ অফ কৰে ৱামুলাৰ পৰিচালক সঞ্চালক সত্য ব্ৰত বসুৱে।তেখেতে নৱ প্ৰজন্মক দুগ্ধ সম্পৰ্কীয় কাৰ্যকলাপত অন্তৰ্ভুক্ত কৰি নিজৰ লগতে ৰাইজৰো যাতে উন্নতি সাধন হয় তেনে…

Read More

আজি বি বৰুৱা কেনচাৰ ইনষ্টিটিউতত এখন সংবাদমেল অনুষ্ঠিত হয়

আজি বি বৰুৱা কেনচাৰ ইনষ্টিটিউতত এখন সংবাদমেল অনুষ্ঠিত হয়।সম্বাদমেলত মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰে অসম বিধানসভাৰ উপাধ্যক্ষ নোমল মমিন দেৱে।আজি এখন Science মেগাজিন মুকলি কৰে।

Read More

গুৱাহাটীৰ লায়ন্স চকু চিকিৎসালয়ৰ অত্যাধুনিক প্ৰেক্ষাগৃহ মুকলি

গুৱাহাটীৰ লায়ন্স চকু চিকিৎসালয়ত অত্যাধুনিক প্ৰেক্ষাগৃহ মুকলি কৰা হয়।১৮০ খন আসনযুক্ত লোহিয়া লায়ন্স প্ৰেক্ষাগৃহ মুকলি কৰা হয়।

Read More
Back To Top