Assam Governor Shri Gulab Chand Kataria visited Wing Commander Utpal Barbara, the recipient of the…
আজি কলাক্ষেত্ৰত দুটাকৈ সশস্ত্ৰ সংগঠনেৰে আলোচনাত বহিব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা
আজি কলাক্ষেত্ৰত দুটাকৈ সশস্ত্ৰ বিদ্ৰোহী সংগঠন TLA আৰু UGPOৰে আলোচনাত বহিব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।আজি মূলসুঁতিলৈ উভতিব দুটাকৈ সশস্ত্ৰ সংগঠনৰ নেতৃবৰ্গ।শান্তিৰ আলোচনালৈ আহিব TLA আৰু UGPO।আলোচনাৰ বাবে সাজু হৈছে শতাধিক কেডাৰ।মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্হিতিত অস্ত্ৰ সম্বৰণ কৰিব দুয়োটা সংগঠনে।