Skip to content

আজি কালী পূজা


আজি কালী পূজা।বিভিন্ন কালী মন্দিৰত পুৱাৰে পৰা ভক্তৰ ভিৰ দেখিব পোৱা গৈছে। কালী মন্দিৰত মংগল কামনাৰে ভক্তপ্ৰাণ ৰাইজৰ প্ৰাৰ্থনা কৰিছে।নিশালৈ বিভিন্ন কালী মন্দিৰত দিয়া হ’ব বলি।

Back To Top