skip to Main Content

আজি গুজৰাটৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ ভূপেন্দ্ৰ পেটেলৰ।


আজি গুজৰাটৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ ভূপেন্দ্ৰ পেটেলৰ। বিয়লি ২ বজাত শপত গ্ৰহণ পেটেলৰ। শপতগ্ৰহণ অনুষ্ঠানত গৃহমন্ত্ৰী অমিত শ্বাহকে ধৰি উপস্থিত থাকে ভালেকেইজন নেতা। ভূপেন্দ্ৰ পেটেল হ’ব গুজৰাটৰ সপ্তদশ মুখ্যমন্ত্ৰী।

Back To Top