Skip to content

আজি গুৱাহাটী প্ৰেছ ক্লাৱত হিমাংশু প্ৰসাদ দাসৰ নতুন অসমীয়া চিনেমা “হিৰো” সন্দৰ্ভত এক সংবাদমেল অনুষ্ঠিত হয়।


আজি গুৱাহাটী প্ৰেছ ক্লাৱত হিমাংশু প্ৰসাদ দাসৰ নতুন অসমীয়া চিনেমা “হিৰো” সন্দৰ্ভত এক সংবাদমেল অনুষ্ঠিত হয়।অহা ২৬ ফ্ৰেব্ৰুৱাৰীত জ্যোতি চিত্ৰবনত তিনিটা দৰ্শনীৰে মুকলি কৰিব চিনেমাখন।

Back To Top