The Assam Board of Secondary Education (SEBA) has issued a notification regarding the registration of…
আজি জয়ন্ত হাজৰিকাৰ ওপজা দিন।
গায়ক, সুৰকাৰ, সংগীত পৰিচালক আৰু গীতিকাৰ জয়ন্ত হাজৰিকাৰ আজি ৭৮ সংখ্যক জন্ম দিৱস। ১৯৪৩ চনৰ ২০ ছেপ্টেম্বৰ দিনটোতে জন্ম ৰাণাদাৰ। সমগ্ৰ ৰাজ্যই আজি শ্ৰদ্ধাৰে স্মৰণ জয়ন্ত হাজৰিকাক।গুৱাহাটী চানমাৰিস্থিত জয়ন্ত হাজৰিকা উদ্যানতো উদযাপন কৰা হল জয়ন্ত হাজৰিকাৰ ৭৬ সংখ্যক জন্ম দিৱস।লগতে জয়ন্ত হাজৰিকা সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ গায়ক বুলি মন্তব্য মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ। জয়ন্ত হাজৰিকাৰ গানত মানুহে নিজক বিচাৰি পায় বুলি ইনষ্টাগ্ৰামত উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।