skip to Main Content

আজি শ্বহীদ দিৱস।

  • Assam


আজি ৪২ৰ শ্বহীদ দিৱস।১৯৪২ চনৰ আজিৰ দিনটোতে বৃটিছৰ গুলী বুকুপাতি লৈছিল কণকলতা বৰুৱা আৰু মুকুন্দ কাকতিয়ে। গহপুৰত বিভিন্ন দল-সংগঠনে আয়োজন কৰিছে শ্বহীদ দিৱসৰ। পিছে দেশৰ বাবে প্ৰাণ আহুতি দিয়া এইসকল শ্বহীদৰ পৰিয়াল আজি লাঞ্ছিত। চৰকাৰ-প্ৰশাসনে অনুষ্ঠিত কৰা শ্বহীদ দিৱস বৰ্জন শ্বহীদৰ পৰিয়ালৰ।

Back To Top