A criminal has succumbed to his injuries after facing the heat of angry locals at…
আজি দিচপুৰ প্ৰেছ ক্লাৱত অনুষ্ঠিত হয় All India Tribal Students Associatin Assam ৰ এক সংবাদমেল।
আজি দিচপুৰ প্ৰেছ ক্লাৱত অনুষ্ঠিত হয় All India Tribal Students Associatin Assam ৰ এক সংবাদমেল।বৰচিং টিচ’ নামৰ ব্যক্তিজনৰ হত্যাকাণ্ডৰ ৰায় বিচাৰি অনুষ্ঠিত হয় উক্ত সংবাদমেলখন।এতিয়ালৈকে তেওঁলোকৰ কেছটো থানাত ৰেজিষ্টাৰ হোৱাই নাই।তেওঁলোকৰ মতে অনা অসমীয়া হোৱাৰ বাবে তেওঁলোকক চৰকাৰে কোনো গুৰুত্ব প্ৰদান কৰা নাই।তেওঁলোকৰ দাবী যে খুব সোনকালে চৰকাৰে ইয়াৰ উচিত বিচাৰ কৰি তেওঁলোকক ন্যায় প্ৰদান কৰিব লাগে।