In celebration of the birth anniversary of Pandit Deen Dayal Upadhya, the Bharatiya Janata Sangh…
আজি মুকলি হ’ল বশিষ্ঠ ভূতনাথ শ্মশানৰ নতুন উদ্যান
সম্পূৰ্ণ নতুন ৰূপত বশিষ্ট ভূতনাথ শ্মশান। বশিষ্ঠবাসীৰ দীৰ্ঘদিনীয়া সমস্যাৰ অন্ত পৰিল। আজি মুকলি কাৰ হয় বশিষ্ঠ ভূতনাথ শ্মশানৰ নতুন উদ্যান। ৬ মাহ পূৰ্বে আৰম্ভ হৈছিল নিৰ্মাণৰ কাম। আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই দিনৰ ১২ বজাত মুকলি কৰে পুখুৰীসহ, নতুন উদ্যানখন। লগতে বশিষ্টাশ্ৰম দেৱালয়ৰ মূল সভাগৃহৰ পোন নিৰ্মাণৰ আধাৰশিলা স্থাপন মুখ্যমন্ত্ৰী ডঃ শৰ্মাৰ।