Skip to content

ছয়গাঁৱত পুত্ৰই হত্যা কৰিলে পিতৃক

  • Assam


ছয়গাঁৱৰ ২নং আমত’লাত পুত্ৰই হত্যা কৰিলে পিতৃক।পুত্ৰ মনোজে হত্যা কৰে পিতৃ শ্ৰীমন্ত দাসক।আৰক্ষীয়ে হত্যাকাৰী
পুত্ৰ মনোজে দাসক গ্ৰেপ্তাৰ কৰিছে।

Back To Top